అర్థం : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে
ఉదాహరణ :
তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক
పర్యాయపదాలు : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র
అర్థం : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ
ఉదాహరణ :
চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ
పర్యాయపదాలు : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী