సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
ఉదాహరణ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
పర్యాయపదాలు : চৰোৱা
అర్థం : স্বৰ তীব্র হোৱা
ఉదాహరణ : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে
పర్యాయపదాలు : ওপৰত উঠা
అర్థం : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য
ఉదాహరణ : গাইজনী পথাৰত চৰি আছে
అర్థం : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
ఉదాహరణ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
పర్యాయపదాలు : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ
ఆప్ స్థాపించండి