అర్థం : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
ఉదాహరణ :
শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
పర్యాయపదాలు : চাই থকা
అర్థం : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
ఉదాహరణ :
চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
పర్యాయపదాలు : ধ্যান দিয়া
అర్థం : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
ఉదాహరణ :
মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
అర్థం : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
ఉదాహరణ :
চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই
అర్థం : দৃষ্টি নিক্ষেপ কৰা
ఉదాహరణ :
দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে
పర్యాయపదాలు : দেখা