అర్థం : আনৰ বস্তু মনে মনে লোৱা কার্য ্ বা ভাৱ
ఉదాహరణ :
ৰামুৱে চুৰ কৰি থাকোঁতে ধৰা পৰিল
పర్యాయపదాలు : কুম্ভিলকবৃত্তি, চুৰ, চুৰতাৰি, চুৰি-চাপাচি, চৌর্য, চৌর্যবৃত্তি, তস্কৰবৃত্তি
అర్థం : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
ఉదాహరణ :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
పర్యాయపదాలు : ডকাইতি