అర్థం : কোনো প্রশ্নৰ উত্তৰ দিব নোৱাৰা অৱস্থা বা পৰিস্থিতি হোৱা
ఉదాహరణ :
ভালদৰে প্রস্তুতি নোহোৱা কাৰণে তেওঁ ্ সাক্ষাৎকাৰত নিৰুত্তৰ হৈ থাকিবলগীয়া হʼল
పర్యాయపదాలు : উঁ-আঁ কৰিব নোৱাৰা, উত্তৰ দিব নোৱাৰা, নিৰুত্তৰ হোৱা, মনে মনে থাকিব লগা, মাত দিব নোৱাৰা, মাত বন্ধ হোৱা
అర్థం : কথা নোকোৱা বা কথা নপতা
ఉదాహరణ :
কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
పర్యాయపదాలు : অমাত হোৱা, চুপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মনে মনে থকা, মূক হোৱা, মৌন হোৱা