సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সদায় থাকোতা
ఉదాహరణ : ঈশ্বৰ শাশ্বত
పర్యాయపదాలు : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
అర్థం : যিজনে মৃত্যুক জয় কৰিছে বা যিজন কেতিয়াও মৰা নাই:অমৃত পান কৰিলে জীৱ অমৰ হয় বুলি পৌৰাণিক আখ্যানত আছে
ఉదాహరణ :
పర్యాయపదాలు : অছেদ-অভেদ, অজৰ, অজৰ-অমৰ, অমৰ, চিৰকালীন, চিৰস্থায়ী, চিৰায়ত, চিৰায়মান, নজহা-নপমা, শ্বাশ্বত
ఆప్ స్థాపించండి