సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
ఉదాహరణ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
పర్యాయపదాలు : চিন, নিচান, প্রতীক, সংকেত
అర్థం : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ఉదాహరణ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
పర్యాయపదాలు : চাপ, চিন, নিচান
అర్థం : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
ఉదాహరణ : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
పర్యాయపదాలు : চিন, স্মৃতিচিহ্ন
ఆప్ స్థాపించండి