అర్థం : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
ఉదాహరణ :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
పర్యాయపదాలు : জনা
అర్థం : জ্ঞানেন্দ্রিয়ৰ পৰা বোধ জন্মা কার্য
ఉదాహరణ :
অন্ধ মহিলাগৰকীয়ে মাত শুনিয়েই নিজৰ লʼৰাটোক চিনি পালে
అర్థం : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
ఉదాహరణ :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
పర్యాయపదాలు : জনা