సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাগজ বা কাপোৰ আদিত তোলা বা অঁ্কা ফুল আদিৰে যুক্ত
ఉదాహరణ : গম্বুজটোৰ উপৰিভাগত সুন্দৰভাৱে চিত্রিত কৰা
అర్థం : কোনো চিত্রত ্আঁচ ্টনা
ఉదాహరణ : দেৱালত পশু-পক্ষী চিত্রিত কৰা আছে
అర్థం : যাৰ বর্ণ্না কৰা হৈছে
ఉదాహరణ : ৰামায়ণত ভগৱান ৰামৰ চৰিত্র বিশেষভাৱে বর্ণিত আছে
పర్యాయపదాలు : নিৰূপিত, বর্ণিত
అర్థం : যʼত চিহ্ন বা নিচান আছে
ఉదాహరణ : এই মুদ্রাটোৰ ওপৰত গান্ধীজীৰ প্রতিচ্ছবি অংকিত কৰা হৈছে
పర్యాయపదాలు : অংকিত, চিহ্নিত
ఆప్ స్థాపించండి