సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ
ఉదాహరణ : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে
పర్యాయపదాలు : ছবি, পেইণ্টিং
అర్థం : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
ఉదాహరణ : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
పర్యాయపదాలు : ছবি, ফটো
అర్థం : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়
ఉదాహరణ : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়
పర్యాయపదాలు : ছবি
ఆప్ స్థాపించండి