అర్థం : ৰোগ নিৰাময় কৰা প্রক্রিয়া
ఉదాహరణ :
গাঁৱৰ ৰোগীসকলে চিকিৎসাৰ কাৰণে চহৰলৈ যাবলগীয়া হয়
పర్యాయపదాలు : প্রতিকাৰ
అర్థం : চিকিৎসকৰ কাম বা পেছা
ఉదాహరణ :
তেওঁ চিকিৎসা কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ দি আছে
పర్యాయపదాలు : ডাক্তৰী
అర్థం : যাৰ (ৰোগ) আৰোগ্য হোৱাটো সম্ভৱ
ఉదాహరణ :
বৈজ্ঞানিকসকলে বর্ত্্মানসকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তোলাৰ প্রয়াস চলাই আছে
పర్యాయపదాలు : আৰোগ্যসাধ্য, চিকিৎসনীয়, চিকিৎসাসাধ্য