అర్థం : চিকাৰ কৰা ব্যক্তি
ఉదాహరణ :
চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
పర్యాయపదాలు : ব্যাধ
అర్థం : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
ఉదాహరణ :
তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
అర్థం : চিকাৰ কৰোঁতা
ఉదాహరణ :
ঈগল এবিধ চিকাৰী চৰাই