అర్థం : পোহৰ বিকিৰণ হোৱা
ఉదాహరణ :
হীৰা খটুৱা অলংকাৰ চিকমিকাই আছে
పర్యాయపదాలు : চকমকাই থকা, জলমলাই থকা, পোহৰ কৰা
అర్థం : কান্তি বা আভাৰে যুক্ত হৈ থকা
ఉదాహరణ :
তেওঁৰ চেহেৰা তেজেৰে চিকমিকাই আছে
పర్యాయపదాలు : জকমকাই থকা