పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চাহ అనే పదం యొక్క అర్థం.

চাহ   বিশেষ্য

అర్థం : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ

ఉదాహరణ : অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে

పర్యాయపదాలు : চাহ গছ, চাহপাত, চাহপাতৰ গছ

అర్థం : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ

ఉదాహరణ : মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়

అర్థం : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়

ఉదాహరణ : তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে

పర్యాయపదాలు : চাহপাত