సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো প্রচলন হৈ আছে
ఉదాహరణ : এই ৰীতিটো আজিও আমাৰ সমাজত প্রচলিত হৈ আছে
పర్యాయపదాలు : চলতি, প্রচলিত
అర్థం : যাৰ গতি আছে বা যি চলিব পাৰে
ఉదాహరణ : যন্ত্র গতিশীল অৱস্থাত আছে
పర్యాయపదాలు : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
అర్థం : যি চলি আছে
ఉదాహరణ : তেওঁৰ ্ সন্ধান এতিয়াও চলি আছে
పర్యాయపదాలు : চলি থকা-, চলিত, প্রচলিত
ఆప్ స్థాపించండి