సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো লুকুওৱা যোগ্য
ఉదాహరణ : এইটো গোপনীয় কথা, ৰামুক নকʼবা
పర్యాయపదాలు : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, প্রচ্ছন্ন, লুক্কায়িত
అర్థం : যিটো লুকুৱাই থোৱা হৈছে
ఉదాహరణ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
పర్యాయపదాలు : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
ఆప్ స్థాపించండి