సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ఉదాహరణ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
పర్యాయపదాలు : চিন, চিহ্ন, নিচান
అర్థం : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
ఉదాహరణ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
పర్యాయపదాలు : শক্তি
అర్థం : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
ఉదాహరణ : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
ఆప్ స్థాపించండి