అర్థం : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ఉదాహరణ :
বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
పర్యాయపదాలు : বগা
అర్థం : পৰিধান নকৰা (কাপোৰ)
ఉదాహరణ :
মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
అర్థం : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
ఉదాహరణ :
তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
పర్యాయపదాలు : উকা