సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি চলি আছে বা যাক চলাই থকা হৈছে
ఉదాహరణ : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
పర్యాయపదాలు : চলন্ত, চালিত, পৰিচালিত
అర్థం : যাৰ গতি আছে বা যি চলিব পাৰে
ఉదాహరణ : যন্ত্র গতিশীল অৱস্থাত আছে
పర్యాయపదాలు : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
అర్థం : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
ఉదాహరణ : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
పర్యాయపదాలు : কাম-চালু
అర్థం : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ఉదాహరణ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
పర్యాయపదాలు : জংগম, জঙ্গম
ఆప్ స్థాపించండి