పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চম্ভালা అనే పదం యొక్క అర్థం.

চম্ভালা   ক্ৰিয়া

అర్థం : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ఉదాహరణ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

పర్యాయపదాలు : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা

అర్థం : কোনো কাম আদিৰ দায়িত্ব লোৱা

ఉదాహరణ : নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়

అర్థం : ৰোধ কৰি বশত অনা

ఉదాహరణ : দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ

అర్థం : কোনো মনোবেগক বাধা দিয়া

ఉదాహరణ : জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক

అర్థం : কোনো বস্তু ভালে আছে নে নাই চোৱা

ఉదాహరణ : নিজৰ কাপোৰ চম্ভালা