సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
ఉదాహరణ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
పర్యాయపదాలు : ইন্দু, চন্দ্র, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
అర్థం : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ
ఉదాహరణ : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে
పర్యాయపదాలు : চন্দ্র
ఆప్ స్థాపించండి