సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ఉదాహరణ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
పర్యాయపదాలు : অধৈর্য, অস্থিৰ
అర్థం : যি শান্ত নহয়
ఉదాహరణ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
పర్యాయపదాలు : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
ఆప్ స్థాపించండి