పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চকৰি అనే పదం యొక్క అర్థం.

চকৰি   বিশেষ্য

అర్థం : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ

ఉదాహరణ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল

పర్యాయపదాలు : লাটুম

అర్థం : জুৱা খেলৰ এবিধ গোলাকাৰ খেল উপকৰণ যʼত বেলেগ বেলেগ ভাগ বনোৱা থাকে আৰু ই নিজৰ অক্ষৰ ওপৰত গোল গোলকৈ ঘূৰে

ఉదాహరణ : জুৱাৰীয়ে চকৰিত বনোৱা ভাগবোৰৰ ওপৰত বাজী লগায়

అర్థం : বহিবৰ বাবে স্থান যুক্ত গোলাকাৰ গোল গোলকৈ ঘূৰা এবিধ মনোৰঞ্জনৰ আহিলা

ఉదాహరణ : আমি মেলাত চকৰিতো উঠিলো