అర్థం : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া
ఉదాహరణ :
పర్యాయపదాలు : চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, ধুনীয়া, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ
అర్థం : যিয়ে চকুত আনন্দ দিয়ে বা ভাল লগায়
ఉదాహరణ :
পথটোৰ দৃশ্য নয়নাভিৰাম আছিল
పర్యాయపదాలు : চকুত চমক লগোৱা, নয়ন জুৰোৱা, নয়নাভিৰাম