అర్థం : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
ఉదాహరణ :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
పర్యాయపదాలు : পহৰা চকী
అర్థం : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
ఉదాహరణ :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
పర్యాయపదాలు : ডাক-চকী
అర్థం : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
ఉదాహరణ :
আমি চকীত দুশটকা দিবলগীয়া হʼল
పర్యాయపదాలు : উপশুল্ক সংগ্রহ চকী
అర్థం : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
ఉదాహరణ :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
పర్యాయపదాలు : মাচিয়া