పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి চকা అనే పదం యొక్క అర్థం.

চকা   বিশেষ্য

అర్థం : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে

ఉదాహరణ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু

పర్యాయపదాలు : অংশুমান, অৰুণ, আদিত্য, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূর্য, সূৰুয, ৰবি

అర్థం : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়

ఉదాహరణ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল

పర్యాయపదాలు : চাক

అర్థం : চকাৰ নিচিনা কোনো গোল বস্তু

ఉదాహరణ : এই যন্ত্রটোত ভালেমান চকা আছে

పర్యాయపదాలు : চক্র

అర్థం : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

ఉదాహరణ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

పర్యాయపదాలు : চক্র