అర్థం : ঘৰত অতিথিক বহাবলৈ বা সেৱা-সৎকাৰ কৰিবলৈ ব্যৱহাৰ কৰা কোঠা
ఉదాహరణ :
কৈলাশে আলহী কোঠাত নিজৰ আলহীৰ সৈতে বহি আছে
పర్యాయపదాలు : অতিথি কক্ষ, অতিথি-কক্ষ, আলহী কোঠা, আলহী-কোঠা, ড্রয়িং ৰুম
అర్థం : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
ఉదాహరణ :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
పర్యాయపదాలు : অতিথি-কোঠা, বৈঠকখানা