పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঘোলা అనే పదం యొక్క అర్థం.

ঘোলা   ক্ৰিয়া

అర్థం : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য

ఉదాహరణ : আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ

పర్యాయపదాలు : মিশ্রিত কৰা, মিহলি কৰা, মিহলোৱা, সংমিশ্রিত কৰা

ঘোলা   বিশেষণ

అర్థం : মাটি মিহলি হৈ থকা পানী বিশেষ

ఉదాహరణ : বাৰিষা কালত পুখুৰীৰ পানী ঘোলা হৈ থাকে

అర్థం : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ఉదాహరణ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

పర్యాయపదాలు : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা