అర్థం : শত্রুৰ সেনা অথবা যুদ্ধৰ সময়ত কিলা ঘেৰি লোৱা কার্য
ఉదాహరణ :
চুলতানে তৎক্ষণাত ঘেৰাও উঠাই লʼবলৈ কʼলে
అర్థం : কাৰোবাক চাৰিওফালৰ পৰা ঘেৰি লোৱা কার্য
ఉదాహరణ :
শত্রু সেনাই কিলাটো ঘেৰাও কৰিলে
అర్థం : কোনো বিষয়াৰ পৰা নিজৰ কথা বা কোনো বিষয়ে সন্মত কৰাৰ কাৰণে কর্ম্্চাৰী, বিদ্যার্থী আদিৰ দ্বাৰা তেওঁক বেৰি ধৰা কার্য
ఉదాహరణ :
নিজৰ সমস্যাবোৰ লৈ ছাত্রসকলে প্রধান শিক্ষকক ঘেৰাও কৰিলে
పర్యాయపదాలు : ঘেৰাৱ