సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বেৰ আদিৰে ঘেৰি থকা ঠাই
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
పర్యాయపదాలు : বেৰা
అర్థం : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
ఉదాహరణ : খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
అర్థం : চাৰিওফালৰ পৰা ঘেৰি দিয়া
ఉదాహరణ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
పర్యాయపదాలు : ঘেৰি দিয়া, বেৰা, বেৰি দিয়া
అర్థం : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ఉదాహరణ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
పర్యాయపదాలు : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা
అర్థం : চাৰিওফাল পৰা আৱদ্ধ কৰা বা ঘেৰি ধৰা
ఉదాహరణ : গাঁওবাসীয়ে এটা চোৰক ঘেৰিলে
పర్యాయపదాలు : ঘেৰি ধৰা
అర్థం : যিটো ঘেৰি থোৱা হৈছে
ఉదాహరణ : মোৰ গাঁওখন চাৰিওফালৰ পৰা গছ-গছনিৰে আৱৰা
పర్యాయపదాలు : আৱৰা, বেষ্টিত
ఆప్ స్థాపించండి