పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঘূৰা అనే పదం యొక్క అర్థం.

ঘূৰা   ক্ৰিয়া

అర్థం : কোনো ঠাইত কৰা ঘূৰা-ফুৰা

ఉదాహరణ : আমি গোৱাও ভ্রমণ কৰিছোঁ

పర్యాయపదాలు : ফুৰা, ভ্রমণ কৰা

అర్థం : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

ఉదాహరణ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

పర్యాయపదాలు : দৌৰা, লৰা-ঢপৰা কৰা

అర్థం : দিশ পৰিব্্র্তন ্ কৰা

ఉదాహరణ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

పర్యాయపదాలు : ঘূৰি যোৱা, পকা, পাক দিয়া, মূৰ লোৱা

అర్థం : পিছৰফাললৈ ঘূৰা

ఉదాహరణ : ৰামৰ মাত শুনি শ্যামে উভতি চালে

పర్యాయపదాలు : উভতি চোৱা, ঘূৰি চোৱা

అర్థం : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য

ఉదాహరణ : পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে

అర్థం : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ఉదాహరణ :

పర్యాయపదాలు : ঘূৰোৱা, পকা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা