సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
ఉదాహరణ : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
అర్థం : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
ఉదాహరణ : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
పర్యాయపదాలు : হিংসুক, হিংস্র
అర్థం : যি কাৰোবাক হত্যা কৰিছে
ఉదాహరణ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
పర్యాయపదాలు : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
అర్థం : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
ఉదాహరణ : এই বিহখিনি মাৰক ঔষধ
పర్యాయపదాలు : মাৰক
ఆప్ స్థాపించండి