పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ঘণ্টা అనే పదం యొక్క అర్థం.

ঘণ্টা   বিশেষ্য

అర్థం : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়

ఉదాహరణ : গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল

పర్యాయపదాలు : পিৰিয়ড

అర్థం : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়

ఉదాహరణ : গাড়ী এঘণ্টা পলমকৈ চলি আছে

అర్థం : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়

ఉదాహరణ : ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে

అర్థం : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান

ఉదాహరణ : মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট

అర్థం : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ

ఉదాహరణ : ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে