సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গৰমৰ দিন
ఉదాహరణ : গৰমকালি বেছিকৈ পিয়াহ লাগে
పర్యాయపదాలు : গ্রীষ্ম, গ্রীষ্ম ঋতু, গ্রীষ্ম কাল, গ্রীষ্মকাল, গৰম কাল, গৰম দিন, গৰমকালি, ঘামকাল, ঘামকালি
అర్థం : উষ্ণতা বা তাপ থকা
ఉదాహరణ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
పర్యాయపదాలు : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, তপত, তপ্ত, তাপময়, তাপযুক্ত
అర్థం : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
ఉదాహరణ : ৰঙা এবিধ উষ্ণ ৰং
పర్యాయపదాలు : উষ্ণ
అర్థం : তপত হোৱা
ఉదాహరణ : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
పర్యాయపదాలు : তপত, তপ্ত
అర్థం : গৰম উৎপন্ন কৰা বা বৃদ্ধিকৰোতা
ఉదాహరణ : এই কোটচোলাটো বৰ গৰম
ఆప్ స్థాపించండి