సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ఉదాహరణ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
పర్యాయపదాలు : গাঁথি, ডোৰ, বন্ধন, বান্ধ, বান্ধোন
అర్థం : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি
ఉదాహరణ : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে
పర్యాయపదాలు : গাঁঠি, জোৰা, সন্ধি
అర్థం : শৰীৰৰ কাৰণে প্রয়োজনীয় ৰস নিঃসৰণ কৰিব পৰা গাঁঠি সদৃশ এক অৱয়ব
ఉదాహరణ : শৰীৰত কেবাধৰণৰো গ্রন্থি পোৱা যায়
ఆప్ స్థాపించండి