సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে
పర్యాయపదాలు : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা
అర్థం : ব্যৱস্থাৰ অভাৱ
ఉదాహరణ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়
పర్యాయపదాలు : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল
అర్థం : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি
ఉదాహరణ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই
పర్యాయపదాలు : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা
అర్థం : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
ఉదాహరణ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
పర్యాయపదాలు : উথপথপ, খদমদম, ততাতৈয়া
ఆప్ స్థాపించండి