సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অভিযোগ, অপৰাধ, অধিকাৰ বা লেন-দেন আদিৰে সম্পর্কিত বিবাদ যাক আদালতৰ সন্মুখত কোনো এক পক্ষৰপিনৰ পৰা বিচাৰ কৰা হয়
ఉదాహరణ : এই মোকর্দ্্মাটো আদালতৰ বিচাৰাধীন হৈ আছে
పర్యాయపదాలు : কেছ, মকর্দ্্মা, মোকর্দ্্মা
అర్థం : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য
ఉదాహరణ : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে
పర్యాయపదాలు : অভিযোগ, আৰোপ
ఆప్ స్థాపించండి