సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ఉదాహరణ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
పర్యాయపదాలు : অকপটীয়া, ঋজু, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু
అర్థం : যি গুণেৰে ভৰা
ఉదాహరణ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়
పర్యాయపదాలు : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণৱন্ত, গুণৱান, ভাল, ্গুণাত্মক
అర్థం : যʼত সৎগুণ আছে
ఉదాహరణ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
పర్యాయపదాలు : গুণশালী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎ, সৎগুণী
ఆప్ స్థాపించండి