సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
ఉదాహరణ : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
పర్యాయపదాలు : এৰোৱা
అర్థం : গুচোৱা কার্য
ఉదాహరణ : কুঁহিয়াৰ গুচোৱা হʼল
అర్థం : আনৰ দ্বাৰা গুচা
ఉదాహరణ : কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে
అర్థం : দাগ, চেকা আদি চাফা কৰা
ఉదాహరణ : মায়ে কাপোৰত লগা দাগ এৰুৱাই আছে
పర్యాయపదాలు : এৰুৱা
ఆప్ స్థాపించండి