సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গাঢ় কৰা
ఉదాహరణ : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
పర్యాయపదాలు : ডাঠ কৰা
అర్థం : যিটো গভীৰ ৰং যুক্ত
ఉదాహరణ : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
అర్థం : বহুত ভাল ধৰণৰ
ఉదాహరణ : তেওঁ গভীৰ টোপনি মাৰি আছিল
పర్యాయపదాలు : গভীৰ
అర్థం : বহুত ওচৰৰ বা বহুত কাষৰ
ఉదాహరణ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
పర్యాయపదాలు : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
అర్థం : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
ఉదాహరణ : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
పర్యాయపదాలు : গোটা
ఆప్ స్థాపించండి