సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উকীল, ডাক্তৰ, বিদ্বান আদিয়ে চিলাই পিন্ধা এক বিশেষ ধৰণৰ পৰিধেয় পোছাক
ఉదాహరణ : আদালতৰ বাহিৰলৈ আহিয়েই উকীলজনে গাউনটো খুলি কান্ধত ৰাখি লʼলে
అర్థం : আঁঠুলৈকে ওলোমাই পিন্ধা এবিধ সাজ
ఉదాహరణ : আগৰ দিনত ধনী লোকসকলে হলৌ চোলা পিন্ধিছিল
పర్యాయపదాలు : হলৌ চোলা, হলৌ-চোলা
ఆప్ స్థాపించండి