అర్థం : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
ఉదాహరణ :
বাৰানসী গলিৰে ভৰা চহৰ
పర్యాయపదాలు : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
అర్థం : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
ఉదాహరణ :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
పర్యాయపదాలు : অলি-গলি, গলি ৰাস্তা, সৰফলা