అర్థం : বিষয়ববীয়াৰ হাতত শাসন ব্যৱস্থা ন্যস্ত থকা প্রণালী যʼত নীতি আদি নি্র্ধাৰণ কৰাৰ ক্ষেত্রত সকলোৰে সম-অধিকাৰ থাকে
ఉదాహరణ :
ভাৰতবর্ষ বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্রিক দেশ
పర్యాయపదాలు : প্রজাতন্ত্র
అర్థం : গণতন্ত্র সম্বন্ধীয় বা গণতন্ত্রৰ
ఉదాహరణ :
ভাৰত এখন গণতান্ত্রিক ৰাষ্ট্র
పర్యాయపదాలు : প্রজাতান্ত্রিক, লোকতান্ত্রিক
అర్థం : যিটো গণতন্ত্রৰ সিদ্ধান্ত অনুসৰি হয়
ఉదాహరణ :
গণতান্ত্রিক শাসন-ব্যৱস্থাত প্রজা সন্তুষ্ট
పర్యాయపదాలు : প্রজাতান্ত্রিক, লোকতান্ত্রিক