పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి খোলা అనే పదం యొక్క అర్థం.

খোলা   বিশেষ্য

అర్థం : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

ఉదాహరణ : মায়ে খোলাৰে মালা চিলাই আছে

పర్యాయపదాలు : কৱচ, খোলক

అర్థం : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

ఉదాహరణ : বাদামৰ ওপৰত বহুত টান খোলা থাকে

పర్యాయపదాలు : আৱৰণ, কবচ

అర్థం : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

ఉదాహరణ : তেওঁ জুহালত চাহ বনাই আছে

పర్యాయపదాలు : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

అర్థం : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

ఉదాహరణ : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

పర్యాయపదాలు : খোল খোৱা

అర్థం : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

ఉదాహరణ : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

పర్యాయపదాలు : এৰোৱা

అర్థం : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

ఉదాహరణ : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

అర్థం : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

ఉదాహరణ : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

పర్యాయపదాలు : খুলি যোৱা

అర్థం : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

ఉదాహరణ : কোনোবা আদিছে, দুৱাৰখন খোলা

అర్థం : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

ఉదాహరణ : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

అర్థం : পিন্ধা বস্তু পৃথক কৰা

ఉదాహరణ : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

పర్యాయపదాలు : সোলোকোৱা

అర్థం : বন্ধন, গাঁঠি আদি খোলা

ఉదాహరణ : জোতাৰ ৰচীডাল খোলা

అర్థం : নিতৌ কার্য আৰম্ভ ্হোৱা

ఉదాహరణ : এই বেংকটো ন বজাত খোলে

అర్థం : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ఉదాహరణ : তেওঁৰ ৰহস্য খুলিল

పర్యాయపదాలు : ওলোৱা, ফাদিল হোৱা

అర్థం : নতুনকৈ আৰম্ভ কৰা

ఉదాహరణ : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

అర్థం : বেংক আদিত খাটা আৰম্ভ কৰা

ఉదాహరణ : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

అర్థం : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

ఉదాహరణ :

పర్యాయపదాలు : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

అర్థం : ঢাকি নৰখা বা আৱৰি নৰখা

ఉదాహరణ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

పర్యాయపదాలు : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

అర్థం : যিটো বন্ধ নহয়

ఉదాహరణ : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

అర్థం : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

ఉదాహరణ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

పర్యాయపదాలు : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে