సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চলাচল কৰা ঢং
ఉదాహరణ : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
పర్యాయపదాలు : খোজ-কাটল
అర్థం : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
ఉదాహరణ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
పర్యాయపదాలు : কদম
అర్థం : এটা খোজেৰে ঠিক কৰা দূৰত্ব
ఉదాహరణ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
అర్థం : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
ఉదాహరణ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
పర్యాయపదాలు : আৱিষ্কাৰ, সন্ধান
ఆప్ స్థాపించండి