అర్థం : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
ఉదాహరణ :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
పర్యాయపదాలు : ৰং-ধেমালি
అర్థం : খেলৰ প্রদর্শন
ఉదాహరణ :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
పర్యాయపదాలు : খেল
అర్థం : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
పర్యాయపదాలు : ক্রীড়া কৰা