సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাকো উপেক্ষিত নকৰা ভাব
ఉదాహరణ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
పర్యాయపదాలు : ধ্যান, মনোযোগ
అర్థం : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
ఉదాహరణ : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
పర్యాయపదాలు : স্মৃতি, স্মৰণ
అర్థం : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ఉదాహరణ : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
పర్యాయపదాలు : খেয়াল, ভাব, ভাবনা, মনোভাব
అర్థం : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ఉదాహరణ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
పర్యాయపదాలు : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
అర్థం : মনত উদয় হোৱা কথা
ఉదాహరణ : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
పర్యాయపదాలు : খেয়াল, বিচাৰ, মত
ఆప్ స్థాపించండి