సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
ఉదాహరణ :
పర్యాయపదాలు : কংকণ, কঙ্কণ
అర్థం : গোলাকাৰ বস্তু
ఉదాహరణ : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
పర్యాయపదాలు : বলয়, বৃত্ত
అర్థం : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
ఉదాహరణ : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
పర్యాయపదాలు : খাৰুৱা
అర్థం : শিকলিৰ ৰচীৰ এক অংশ
ఉదాహరణ : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
పర్యాయపదాలు : আঙুঠি
ఆప్ స్థాపించండి