సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দুষ্ট বা মিছলীয়া ব্যক্তি
ఉదాహరణ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা
పర్యాయపదాలు : দুর্জন, দুৰাচাৰী, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি
అర్థం : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে
ఉదాహరణ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়
పర్యాయపదాలు : কু-কর্মক্াৰী, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, দুৰাচাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী
అర్థం : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ఉదాహరణ :
పర్యాయపదాలు : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
అర్థం : ভালৰ ওলোটা বা বিপৰীত
ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
పర్యాయపదాలు : অধম, অনুচিত, অপকৃষ্ট, অসৎ, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ఆప్ స్థాపించండి