అర్థం : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে
ఉదాహరణ :
పర్యాయపదాలు : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, তেজ, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল
అర్థం : ক্রুব্ধ বা ক্ষুণ্ণ হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
তেওঁৰ ভমক দেখি মোৰ হাঁহি উঠিল
పర్యాయపదాలు : ভমক